Friday, 18 September 2026

সংবাদ পত্ৰ আৰু আলোচনীসমূহ:

স্বদেশ অনুভূতিৰ জোৱাৰে সাহিত্য সৃষ্টিত বিশেষ অৰিহণা যোগাইছিল। এই আন্দোলনৰ সময়ছোৱাত কেইবাখনো প্ৰভাৱশালী সংবাদ পত্ৰ আৰু আলোচনী প্ৰকাশ পাইছিল, যাৰ জাতীয়তাবাদী লেখাসমূহে বংগভংগ বিৰোধী আন্দোলনৰ গতি তীব্ৰ কৰি তুলিছিল।

  • সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় সম্পাদিত ‘বেংগলী’ (১৯০৪)

  • কৃষ্ণকুমাৰ মিত্ৰৰ ‘সঞ্জীৱনী’ (১৯০৪)

  • কালীপ্ৰসন্ন কাব্যবিশাৰদ আৰু যোগেন্দ্ৰনাথ বিদ্যাভূষণৰ ‘হিতবাদী’ (১৯০৫)

  • ভূপেন্দ্ৰনাথ দত্তৰ সাপ্তাহিক ‘যুগান্তৰ’ (১৯০৬)

  • ব্ৰহ্মবান্ধৱ উপাধ্যায়ৰ ‘সন্ধ্যা’ (১৯০৬)

  • সতীশ চন্দ্ৰ মুখোপাধ্যায়ৰ ‘দি ডন’ (১৯০৬)

  • কুমুদিনী মিত্ৰৰ মহিলা আলোচনী ‘সু-প্ৰভাত’ (১৯০৬)

  • অৰবিন্দ ঘোষৰ ‘বন্দে মাতৰম’ (১৯০৫)


নাটক আৰু গ্ৰন্থসমূহ: 

আন্দোলনৰ জনপ্ৰিয়তা আৰু দেশপ্ৰেমৰ ভাবধাৰা ধৰি ৰাখিবলৈ বহুতো গুৰুত্বপূৰ্ণ নাটক আৰু গ্ৰন্থ ৰচিত হৈছিল।

    নাটক: 

  • ক্ষীৰোদ প্ৰসাদৰ ‘পলাশীৰ প্ৰায়শ্চিত্ত’

  • গিৰীশ ঘোষৰ ‘চিৰাজউদ্দৌলা’ আৰু ‘মিৰ কাছিম’

  • অমৃতলাল বসুৰ ‘চাব্বাস বাঙালী’

  • অমৰে প্ৰসাদ দত্ত বা অমৰেন্দ্ৰ নাথ দত্তৰ ‘বংগৰ অংগচ্ছেদ’


    গ্ৰন্থ: 

  • স্বৰ্ণকুমাৰী দেবীৰ ‘জাপানী বীৰ’

  • প্ৰমথনাথ ৰায়চৌধুৰীৰ ‘জয় সংগীত’

  • কাৰ্তিকচন্দ্ৰ দাশগুপ্তৰ ‘নৱ্য ভাৰত’

  • ৰামেন্দ্ৰসুন্দৰ ত্ৰিবেদীৰ ‘বংগলক্ষীৰ ব্ৰতকথা’

No comments:

Post a Comment

সংবাদ পত্ৰ আৰু আলোচনীসমূহ: স্বদেশ অনুভূতিৰ জোৱাৰে সাহিত্য সৃষ্টিত বিশেষ অৰিহণা যোগাইছিল । এই আন্দোলনৰ সময়ছোৱাত কেইবাখনো প্ৰভাৱশালী সংবাদ পত...